Skip to the news
24 Nov 2026

Assam

আজি লাচিত দিৱস...

Asomiya Pratidin
Share

ডিজিটেল ডেস্কঃ আজি লাচিত দিৱস । অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন। তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়। লাচিত বৰফুকনৰ সাহসিকতা আৰু ত্যাগ প্ৰতিজন অসমীয়াৰ বাবে আদৰ্শ। সেয়ে আজি অসমৰ বিভিন্ন প্ৰান্তত মহাবীৰ গৰাকীক স্মৰণ কৰা হ'ব। অসম ৰক্ষাৰ বাবে লাচিত বৰফুকনৰ কৰণীয়ক…

Source

This story was first published by Asomiya Pratidin.

Headline, summary and photo are from Asomiya Pratidin’s news feed.