
মানুহ এজন, ভোট দুখন ৰাজ্যত ! সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থাৰ গুৰুতৰ অভিযোগ
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা - মানকাছৰ : মানুহ এজন, ভোট দুখন ৰাজ্যত ! চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাত দুই ব্যৱসায়ীৰ ভোট দুখন ৰাজ্যত পঞ্জীয়নৰ অভিযোগ উত্থাপন কৰিছে সদৌ মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থাই। মেঘালয়ৰ তুৰাত ভোটাৰ তালিকাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। একেজন ব্যক্তিৰ নাম মেঘালয় আৰু বিহাৰ—দুয়োখন ৰাজ্যৰ ভোটাৰ তালিকাত পৃথক পৰিচয়ৰে অন্তৰ্ভুক্ত থকাৰ অভিযোগ তুলিছে সংগঠনটোৱে। তুৰাৰ ব্যৱসায়ী…
Asomiya Pratidin

