মৈধালী কলং পাৰত বাহনসহ গৰু চোৰৰ সন্দেহত চাৰি চোৰক কৰায়ত্ত
Asomiya Pratidin

মৰিগাঁও মৈধালী কলংপাৰত বাহনসহ গৰু চোৰৰ সন্দেহত চাৰি চোৰক কৰায়ত্ত কৰি উত্তম মধ্যম দিলে ৰাইজে। পুৱতি নিশা ৩:৩০ মান বজাত মৰাকলংত এখন বাহন লৈ চাৰিটা চোৰে গৰু চোৰ কৰাৰ প্ৰয়াসেৰে গাঁৱত প্ৰৱেশ কৰিছিল। তেনেতে স্থানীয় ৰাইজে চুৰি কাণ্ড সংঘটিত কৰিব অহাৰ উমান পাই বাহন খন ৰাখিবলৈ চেষ্টা কৰিছিল। ৰাইজ অহাৰ উমান পাই ৰাইজক মহতিয়া চাৰি গৰু চোৰে বাহন খন লৈ তেঙাগুৰি হৈ পলায়ন কৰে। ৰাইজে খেদি খেদি শেষত মইধালি…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.