Skip to the news
24 Nov 2026

Assam

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা সন্ধানহীন কিশোৰী

Asomiya Pratidin
Share

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা সন্ধানহীন কিশোৰী। সন্ধানহীন বকো-ছয়গাঁও সমষ্টিৰ ঠাকুৰপাৰাৰ শ্রেয়াশ্রী কলিতা। দেওবাৰে টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল কিশোৰীগৰাকী। তাৰ পিছৰে পৰা কোনো সন্ধান নাই কিশোৰীগৰাকীৰ। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ। কিশোৰীগৰাকীৰ সন্ধান পালে পৰিয়ালক যোগাযোগ কৰিবলৈ আহ্বান। যোগাযোগৰ নম্বৰ : ৯৩৯৫৩৮৮২৮২।

Source

This story was first published by Asomiya Pratidin.

Headline, summary and photo are from Asomiya Pratidin’s news feed.