ডবকাত ছাত্ৰীক অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক...
Asomiya Pratidin

ডিজিটেল সংবাদ, ডবকাঃ ডবকাত নাবালিকা আৰু কিশোৰী ছাত্ৰীৰ সুৰক্ষাক লৈ ক্ৰমাৎ গভীৰ হৈ পৰিছে উদ্বেগ। এটাৰ পিছত আন এটা নিৰুদ্দেশ, অপহৰণ আৰু যৌন নিৰ্যাতনৰ অভিযোগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কিশোৰী-ছাত্ৰীক বিভিন্ন প্ৰলোভনেৰে ফুচুলাই নিয়াৰ অভিযোগ পোহৰলৈ অহাত অভিভাৱক আৰু সচেতন মহলৰ মাজত ব্যাপক উদ্বেগে দেখা দিছে। অভিযোগ অনুসৰি, বহিৰাজ্যৰ একাংশ…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.