সদৌ অসম সত্ৰ মহাসভাৰ 'সত্ৰ আৰু নামঘৰ সমাৰোহ'ৰ সামৰণি...
Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ ১২১৫ খন সত্ৰ আৰু ২৩০০০ নামঘৰৰ উমৈহতীয়া সংগঠন সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত যোৱা ২০ নৱেম্বৰৰ পৰা পুৰণিগুদাম ভীমৰগাঁও বৰনামঘৰ প্ৰাঙ্গণ আৰু পুৰণিগুদামৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম সত্ৰ আৰু নামঘৰ সমাৰোহৰ আজি সামৰণি পৰে। অসমৰ প্ৰতিখন জিলাৰ পৰা পুৰণিগুদামত আহি উপস্থিত হোৱা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ,সত্ৰীয়া, নামঘৰ সমিতি সমূহৰ সভাপতি…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.