বৰকান্দা পি এম শ্ৰী উঃ মাঃ বিদ্যালয়ত ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা সাহিত্য সভাই দেওবাৰে ধুবুৰীৰ নয়াহাট অঞ্চলৰ বৰকান্দা পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি সাহিত্যিক পেঞ্চনাৰ, শিক্ষাবিদ আনোৱাৰ হুছেইনৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে বৰকান্দা শাখা সাহিত্য সভাৰ সম্পাদক…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.