ঘিলামৰাত অসম মহাবিদ্যালয় শিক্ষক সংস্থাৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী...
Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: নাৰ্য প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ দাবীত অসম মহাবিদ্যালয় শিক্ষক সংস্থা চমুকৈ "একটা"ই বিগত সময় চোৱাত ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ ক্ষীপ্ৰ আৰু স্থায়ী সমাধানৰ প্ৰতি চৰকাৰে যথোচিত গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত হয় । "একটা"ৰ আহ্বান ক্ৰমে শিক্ষক…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.