আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৭৮ গৰাকী শিক্ষাৰ্থীৰ গৱেষণা গ্ৰন্থ দাখিল আৰু মৌখিক পৰীক্ষা সম্পন্ন...
Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিষয়ত মেজৰ গ্ৰহণ কৰা ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ গৱেষণা গ্ৰন্থ দাখিল আৰু মৌখিক পৰীক্ষা আজি বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সুকলমে সম্পন্ন হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যকৰী সভাপতি তথা ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বিমান…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.