গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি...
Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা পুথিভঁৰালত এখন গাম্ভীৰ্যপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। জনগোষ্ঠীটোৰ ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰখাৰ লগতে কেন্দ্ৰীয় অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত সভাখনত ৭ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাৰ প্ৰতিখন…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.