গুৱাহাটী বিশ্ববিদ্যালয়ত তেজ হাজৰিকাই প্ৰদান কৰিলে দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা...
Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা ২০২৬ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি.ডি. হলত সফলতাৰে অনুষ্ঠিত হয়। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই "ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ সেতুবন্ধন স্বৰূপ ভূপেন হাজৰিকা" শীৰ্ষক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটো এক ঐতিহাসিক মুহূৰ্তলৈ ৰূপান্তৰিত হৈ পৰে, যেতিয়া তেজ হাজৰিকাই ড° ভূপেন হাজৰিকাৰ কিছুমান…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.