ককৰোছে এইবাৰ কপাঁব নাগপুৰ...
Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক ২৬ নৱেম্বৰ, ২০২৬ তাৰিখে সংবিধান দিৱস উপলক্ষে মহাৰাষ্ট্ৰৰ নাগপুৰত এক ৰেলীৰ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে ককৰ’চ জনতা পাৰ্টি (CJP)-ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। সোমবাৰে (২৩ নৱেম্বৰ) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত দিয়া এক পোষ্টযোগে তেওঁ গণতন্ত্ৰ ৰক্ষা আৰু সংবিধানৰ মূল্যবোধ অটুট ৰখাৰ স্বাৰ্থত সকলোকে একগোট হ’বলৈ আহ্বান জনায়। এক্স পোষ্টটোত তেওঁ লিখিছে যে, এই সংবিধান দিৱসত…
Source
This story was first published by Asomiya Pratidin.
Headline, summary and photo are from Asomiya Pratidin’s news feed.