Skip to the news
24 Nov 2026

Assam

ধিঙত জল অৰ্পন কাৰ্যসূচী উদযাপন...

Asomiya Pratidin
Share

ডিজিটেল সংবাদ, ধিংঃ নগাঁৱৰ ধিঙত জল অৰ্পন কাৰ্যসূচী উদযাপন। নিজ ধিং গাওঁ পঞ্চায়তৰ অন্তৰ্গত তিনিখন পানী যোগান আঁচনি ক্ৰমে হিৰাগাঁও পানী যোগান আঁচনি, গায়নগাঁও ২ নং পানী যোগান আঁচনি আৰু নিজ ধিং ২ নং পানী যোগান আঁচনিত উদযাপন কৰা হয় জল অৰ্পন কাৰ্যসূচী। যি কাৰ্যসূচীৰ মূল লক্ষ্যই হৈছে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ কাৰ্যক্ষম নলযোগে বিশুদ্ধ খোৱা পানীৰ সংযোগ প্ৰদান কৰা। এই কাৰ্যসূচী উদযাপনৰ জৰিয়তে…

Source

This story was first published by Asomiya Pratidin.

Headline, summary and photo are from Asomiya Pratidin’s news feed.