Full coverage · 2 publishers
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি জুবিনক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী...
How different publishers reported this event. Each link opens the publisher’s own page; we group the reports, we don’t rewrite them.
Niyomiya Barta
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সোণাপুৰৰ জুবিনক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী
(opens Niyomiya Barta in a new tab)ডিজিটেল ডেস্ক, ১২ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোমবাৰে সোণাপুৰস্থিত জুবিনক্ষেত্ৰত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত জুবিনক্ষেত্ৰত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ন্যায় বিচাৰি ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া [...] The…
· 12 Oct 2026, 14:07 IST
Asomiya Pratidin
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি জুবিনক্ষেত্ৰত বিক্ষোভ কাৰ্যসূচী...
(opens Asomiya Pratidin in a new tab)ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোমবাৰে সোণাপুৰস্থিত জুবিনক্ষেত্ৰত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই বিশেষ কাৰ্যসূচী। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, সোমবাৰে দিনৰ ঠিক ১১ বজাত সোণাপুৰৰ জুবিনক্ষেত্ৰত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি আৰু আনুষঙ্গিক প্ৰসংগত ন্যায়ৰ দাবীৰে এই…
· 12 Oct 2026, 08:08 IST
